渠道
筛选
语言
国家 / 地区
产品类型
分类
适用人群
行业
产品名称
促销类型
共 0 个广告
Accessories advertising
Kalpana Printing & Advertising,
Six Mile, GS Road, Below Flyover, Opp. to Bharti Airtel,
Near GNRC Hospital OPD, Guwahati-781022, Assam,
Ph: 9101373113
নমস্কাৰ,
আমি ছাইনবোৰ্ড, বেনাৰ আদি বনোৱা কোম্পানী। যিকোনো ধৰণৰ ব্যৱসায় আৰম্ভ কৰিবলৈ এখন বেনাৰ বা ছাইনবোৰ্ড দৰকাৰ হয়েই। আপোনাৰ যদি হোটেল, হস্পিটেল, মিঠাই দোকান, কাপোৰৰ দোকান, jewellery shop, showroom, cake shop, ফাৰ্মাচী, ষ্টেচনাৰী দোকান, হাৰ্ডৱেৰ ব্যৱসায় বা আন সকলো ধৰণৰ ব্যৱসায় ৰ এখন ভাল ছাইনবোৰ্ড/বেনাৰ লগাব খোজে আমাক যোগাযোগ কৰক।
বৰ্তমান আমি অসম সকলো ঠাইত, মেঘালয়, অৰুণাচল প্ৰদেশ লৈ service/সেৱা /delivery কৰিব পাৰোঁ।
Our services
1. Glowsign Board
2. 3D Acrylic LED Board
3. 3D Solid Letters
4. 3D Liquid Letters
5. 3D Printing Letters
6. 3D Channeluim Letters
7. Golden SS Letters
8. Silver SS Letter
9. LED Display
10. FLEX / BANNER
11. Name Plate
12. Neon Signages
13. UV printing Service
14. ECO Solvent Printing
15. CNC Routers Cutting
16. Vinyl Printing Services
17. Sun Board Vinyl
18. Roll-UP Standee
19. Sandwich Board
20. Incumbency Board for office.
21. Retro Indication Board
22. ACP cladding work for building, Hospital, Hotel etc.
23. All types of Road Safety Signages ইত্যাদি সকলো।
Kalpana Group #kalpanagroup #advertising #advertisingagency #advertisement a
facebook 印度
13172
热度
153415
展示估值
0
投放天数
2025-09-01
最新发现

Vinyl Vision
📢 আপোনাৰ বিজ্ঞাপন হ’ক দৃষ্টিনন্দন আৰু প্ৰভাৱশালী!
Flexi Sign Tangla আমাৰ সৈতে পাবঃ
✔️ উন্নত মানৰ ফ্লেক্স, ভিনাইল আৰু গ্ল’চাইন
✔️ সময়মতো ডেলিভাৰী
✔️ গ্ৰাহককেন্দ্ৰিক ডিজাইন
👉 সোঁৱৰণি এটা প্ৰিন্ট কৰাব খুজিছেনে? আজি আমাৰ সৈতে যোগাযোগ কৰক!
সূলভ মূল্যত প্ৰিন্টিৰ বাবে আজিয়ে আমাৰ সৈতে যোগাযোগ কৰক -
📍Located in Tangla, Serving BTR & Beyond
✅ Fast Delivery | ✅ Affordable Pricing | ✅ Custom Designs
📞 Call/WhatsApp Now: 7896566210 / 086380 05082
📩 DM us to get started!
facebook 印度
4953
热度
57382
展示估值
83
投放天数
2025-06-20
最新发现
Fresh enterprise
আমি ছাইনবোৰ্ড লিখা বা বনাই দিয়া অসমৰ কোম্পানী। যিকোনো ধৰণৰ ব্যৱসায় আৰম্ভ কৰিবলৈ এনেকুৱা এখন বেনাৰ ছাইনবোৰ্ড দৰকাৰ হয়। অসমৰ যিকোনো ঠাইৰ পৰা আমাক যোগাযোগ কৰক ৰাইজ।
Head office:
Kalpana Printing and advertising
GS ROAD, GHY-22
pH. 9101373113
Branch Office: Jorhat(Teok), Dhemaji, Goalpara, Barpeta
#nonfollowersviewers #foryouシ #viralreelschallenge #viralvideo #signagesolutions #viralchallenge #nonfollowers #kalpanagroup
facebook 印度
4596
热度
52498
展示估值
86
投放天数
2025-06-17
最新发现
Memorable date
দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম........👍
নতুন চিনেমেটিক সোৱাদেৰে আহি আছে নতুন অসমীয়া বোলছবি -- "ৰুদ্ৰ"
আমাৰ যোৰহাটৰ ইলি চিনেমা হলত অহা কালি 19 May সোমবাৰে অসমৰ চলচ্চিত্ৰ জগতখনত মুক্তিৰ পূৰ্বেই খলকনিৰ সৃষ্টি কৰা বহু প্ৰত্যাশিত অসমীয়া বোলছবি 'ৰুদ্ৰ' ৰ ট্ৰেইলাৰ মুকলি কৰা হব। 'ৰুদ্ৰ' এই প্ৰচাৰ অভিযানত আমিবোৰ একেলগে........👍
অসমীয়া চিনেমাৰ এই জয়যাত্ৰা অব্যাহত থাকক।।
জয় আই অসম।।
অসমীয়াগিৰি চলিবই লাগিব।।
#follower #followers #hightlight #followersreels #assameseflim
facebook 印度
5417
热度
58186
展示估值
117
投放天数
2025-05-17
最新发现
Natural grower
B D FEEDS PRIVATE LIMITED পৰিয়ালৰ তৰফৰ পৰা আমি নামনি অসমৰ বাক্সা (BAKSA), বৰপেটা (BARPETA), বঙাইগাঁও (BONGAIGAON), চিৰাং (CHIRANG), নলবাৰী (NALBARI), কোকৰাঝাৰ (KOKRAJHAR), গোৱালপাৰা (GOALPARA), ধুবুৰী (DHUBRI), দক্ষিণ শালমাৰা (SOUTH SALMARA), আৰু মানকাচাৰ (MANKACHAR) জিলাৰ সমূহ দেশী কুকুৰা, ব্ৰইলাৰ, গাহৰী আৰু মীন পালক (খেতিয়ক) ৰাইজক জনাবলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ যে আপোনালোকৰ অফুৰন্ত মৰম,চাহিদা আৰু দাবী অনুসৰি আমাৰ ফেক্টৰীত উৎপাদিত অতি উন্নত মানৰ ব্ৰইলাৰ (BROILER),লেয়াৰ (LAYER), গাহৰী (PIG) আৰু মাছৰ দানা (SINKING আৰু FLOATING FISH FEED দুয়োটাই) ইতিমধ্যে আপোনালোকৰ জিলাৰ সকলো ঠাইতেই উপলব্ধ হৈছে।
আপোনালোকে এতিয়াৰ পৰা আমাৰ কোম্পানীৰ দানা বিচাৰি আমাৰ ফেক্টৰীলৈ নগৈ আপোনালোকৰ ওচৰৰ OUTLET ৰ পৰাই লব পাৰিব।
সবিশেষ জানিবলৈ 6003882322 এই নম্বৰত WhatsApp মেচেজ বা ফোন কৰিব পাৰে।
#Baksa #nalbari #barpeta #Chirang #Bongaigaon #Kokrajhar #dhubri #southshalmara #goalpara #Mankachar
#broilers #broilerfeed #broilerchickens #broilerfarming #broilerfarm #broilerproduction #pigfeed #pigfeeding #pigfarming #pigfarmer #layerfeed #layerfarming #layerfarm #SinkingFishFeed #fishfeeding #fish #pigfarmvideo #pigfarms
facebook 印度
11312
热度
136616
展示估值
143
投放天数
2025-04-21
最新发现
Reliable liver

12036
热度
136443
展示估值
143
投放天数
2025-04-21
最新发现
Flexible victor
উত্তৰ লখিমপুৰৰ লোকসকলৰ বাবে শুভবাৰ্তা
Victor 1.0 - ADRE, অসম আৰক্ষী SI আৰু অসম চৰকাৰী পৰীক্ষাত জয়ী হওক!
facebook 印度
1991
热度
13344
展示估值
169
投放天数
2025-03-26
最新发现
Premium electronic
B D FEEDS PRIVATE LIMITED পৰিয়ালৰ তৰফৰ পৰা আমি উজনি অসমৰ সমূহ দেশী কুকুৰা, ব্ৰইলাৰ কুকুৰা, গাহৰী ,মীন পালকৰ লগতে গো-পালক সকলক (খেতিয়ক) ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকৰ মৰম,চাহিদা আৰু দাবী অনুসৰি আমাৰ ফেক্টৰীত উৎপাদিত BROILER FEED, LAYER FEED, PIG FEED , SINKING FISH FEED আৰু CATTLE FEED
ইতিমধ্যে আপোনালোকৰ জিলাৰ সকলো ঠাইতেই উপলব্ধ হৈছে।
১)যোৰহাট জিলা-- লাহদৈগড় আৰু চেনীজান
২)শিৱসাগৰ জিলা-- শিৱসাগৰ
৩)ডিব্ৰুগড় জিলা--আমোলাপট্টি
৪)তিনিচুকীয়া জিলা--কাকোপথাৰ, ডুমডুমা আৰু পানীতোলা
৫)লক্ষীমপুৰ জিলা-- পানীগাঁও, কে. বি ৰোড, গোগামুখ
৬)ধেমাজি জিলা-- বৰদলনি
৭)শোণিতপুৰ জিলা-- শোণিতপুৰ আৰু গহপুৰ
আপোনালোকে এতিয়াৰ পৰা আমাৰ কোম্পানীৰ দানা বিচাৰি আমাৰ ফেক্টৰীলৈ নগৈ আপোনালোকৰ ওচৰৰ OUTLET ৰ পৰাই লব পাৰিব।
সবিশেষ জানিবলৈ 6003882322 এই নম্বৰত WhatsApp মেচেজ বা ফোন কৰিব পাৰে।
facebook 印度
7907
热度
95797
展示估值
183
投放天数
2025-03-12
最新发现
stricture
ডাক্তৰৰ দিনলিপি : ৪
আজি আন এক ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে ক’ম। কালি কিডনী হস্পিটেল, সোণাপুৰ, গুৱাহাটীত এটি ১ বছৰ ৬ মাহৰ শিশুৰ জীৱনত নৱ জীৱনৰ বতৰা আনিবলৈ মোৰ দল আৰু মই সক্ষম হ’লোঁ। শিশুটিয়ে Posterior Urethral Valve (PUV) Stricture নামৰ এক জটিল সমস্যাৰ সৈতে জন্মগ্ৰহণ কৰিছিল। এই সমস্যাটো কেৱল পুৰুষ শিশুবোৰত দেখা যায় আৰু এই সমস্যাত শিশুটিৰ মূত্রনলীত (Urethra) এক অস্বাভাৱিক বাধা (Obstruction) থাকে, যিয়ে প্ৰস্ৰাৱ নিঃসৰণত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত মূত্রথলীত (Urinary Bladder) চাপ বৃদ্ধি পায় আৰু মূত্র কিডনীলৈ উভতি যায়, যাৰ ফলত কিডনী আৰু মূত্রথলীৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।
শিশুটিৰ অভিভাৱকে চিকিৎসাৰ বাবে দেশৰ বহু প্ৰান্ত ঘূৰি ফুৰিও ক’তো সুফল নাপাই শেষত আমাৰ হস্পিটেলত আহি উপস্থিত হৈছিল। অপাৰেশ্যনৰ দিনটো সদায় মোৰ মনত থাকিব। শিশুটিৰ সৰু শৰীৰটো, আশাভৰা অভিভাৱকৰ চকু, আৰু আমাৰ দায়িত্ববোধৰ অনুভৱ।
দেশৰ আটাইতকৈ উন্নত তথা বিশ্বৰ আধুনিকতম লেজাৰ প্ৰযুক্তিৰ ব্যৱহাৰ কৰি শিশুটিক সফলভাৱে চিকিৎসা কৰিলোঁ। এই লেজাৰে অতি সূক্ষ্মতা আৰু নিৰাপত্তাৰে কাৰ্য সম্পন্ন কৰে, যাৰ ফলত ৰক্তপাতৰ পৰিমাণ কম আৰু ৰোগীৰ সোনকালে সুস্থ হোৱাৰ নিশ্চয়তা থাকে। অপাৰেশ্যনৰ অন্তত দেৱতুল্য শিশুটিয়ে প্ৰথমবাৰৰ বাবে স্বাভাৱিকভাৱে প্ৰস্ৰাৱ কৰিলে। সেই ক্ষণত অভিভাৱকৰ চকুৰ আনন্দৰ চকুপানী দেখি মোৰ হৃদয় অশ্ৰু সিক্ত হ’ল।
ময়ো পিতৃ। সেইবাবেই হয়তো, শিশুটিৰ জীৱনৰ এই অসাধাৰণ মুহূৰ্তক দেখিবলৈ পোৱা মোৰ বাবে এক বিশেষ অনুভূতিৰ কথা। এটা নতুন জীৱনৰ সূচনা হ’ল, আৰু সেই জীৱনৰ সুৰৰ সৃষ্টিত আমি একেটি নোট সংযোজন কৰিব পাৰিলোঁ। চিকিৎসা বিজ্ঞানৰ অলৌকিকতাৰ এই অভিজ্ঞতাই মোৰ বিশ্বাস পুনৰ দৃঢ় কৰিলে—আশা, কৰ্মদক্ষতা আৰু প্ৰযুক্তি একেলগে থাকিলে জীৱনত সকলো সম্ভৱ।
মোৰ দলৰ প্ৰতিজন চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰী— এই সফলতাত আপোনালোকৰ সহায় আৰু সহযোগিতা সদায় মোৰ মনত থাকিব। শিশুটিৰ অভিভাৱকসকলৰ ধৈৰ্য আৰু বিশ্বাসৰ বাবেও মোৰ অন্তৰখন কৃতজ্ঞ।
facebook 印度
17377
热度
204357
展示估值
250
投放天数
2025-01-04
最新发现
schoolchild
চৰকাৰী নাৰ্চাৰী স্কুলত বাচলাৰ যতন চাকৰিৰ বাবে আবেদন কৰক। ভাল বেতন আৰু স্থিৰ কাৰিয়াৰ সুৱৰ্ণ সুযোগ!
facebook 印度
1788
热度
12371
展示估值
250
投放天数
2025-01-04
最新发现
schoolchild
চৰকাৰী নাৰ্চাৰী স্কুলত বাচলাৰ যতন চাকৰিৰ বাবে আবেদন কৰক। ভাল বেতন আৰু স্থিৰ কাৰিয়াৰ সুৱৰ্ণ সুযোগ!
facebook 印度
1811
热度
12917
展示估值
255
投放天数
2024-12-30
最新发现
schoolchild
চৰকাৰী নাৰ্চাৰী স্কুলত বাচলাৰ যতন চাকৰিৰ বাবে আবেদন কৰক। ভাল বেতন আৰু স্থিৰ কাৰিয়াৰ সুৱৰ্ণ সুযোগ!
facebook 印度
1811
热度
12917
展示估值
255
投放天数
2024-12-30
最新发现
draw.io
#টিকট পাবলৈ যোগা-যোগ কৰক ☎️ 7896218398
🚘আমাৰ পৰা বৰ্তমান টিকট ল'ব পাৰিব🚘
1/ 29 December ( Arunachal ) Rs.500/
2/ 30 December ( Arunachal ) Rs.200/
3/ 6 January ( Gowalpara ) Rs.100/
4/ 22 January ( Udalguri ) Rs. 100/
5/ 30 January ( Barpeta ) Rs.100/
6/ 16 February ( Arunachal ) Rs.151/
7/ 28 February ( Arunachal ) Rs.150/
#lottery #results #assam
facebook 印度
3959
热度
43263
展示估值
262
投放天数
2024-12-23
最新发现
schoolchild
চৰকাৰী নাৰ্চাৰী স্কুলত কেৰিয়াৰৰ উৎকৃষ্ট সুযোগ! অংশকালীন আৰু পূৰ্ণকালীন বিকল্পৰ সৈতে প্ৰতিমাহে ₹40,000/- পৰ্যন্ত উপাৰ্জন কৰক। আজিয়েই আবেদন কৰক!
facebook 印度
2241
热度
18129
展示估值
276
投放天数
2024-12-09
最新发现