渠道
筛选
共 0 个广告
Reliable liverReliable liver

Reliable liver

B D FEEDS PRIVATE LIMITED পৰিয়ালৰ তৰফৰ পৰা আমি নামনি অসমৰ বাক্সা (BAKSA), বৰপেটা (BARPETA), বঙাইগাঁও (BONGAIGAON), চিৰাং (CHIRANG), নলবাৰী (NALBARI), কোকৰাঝাৰ (KOKRAJHAR), গোৱালপাৰা (GOALPARA), ধুবুৰী (DHUBRI), দক্ষিণ শালমাৰা (SOUTH SALMARA), আৰু মানকাচাৰ (MANKACHAR) জিলাৰ সমূহ দেশী কুকুৰা, ব্ৰইলাৰ, গাহৰী আৰু মীন পালক (খেতিয়ক) ৰাইজক জনাবলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ যে আপোনালোকৰ অফুৰন্ত মৰম,চাহিদা আৰু দাবী অনুসৰি আমাৰ ফেক্টৰীত উৎপাদিত অতি উন্নত মানৰ ব্ৰইলাৰ (BROILER),লেয়াৰ (LAYER), গাহৰী (PIG) আৰু মাছৰ দানা (SINKING আৰু FLOATING FISH FEED দুয়োটাই) ইতিমধ্যে আপোনালোকৰ জিলাৰ সকলো ঠাইতেই উপলব্ধ হৈছে। আপোনালোকে এতিয়াৰ পৰা আমাৰ কোম্পানীৰ দানা বিচাৰি আমাৰ ফেক্টৰীলৈ নগৈ ‍আপোনালোকৰ ওচৰৰ OUTLET ৰ পৰাই লব পাৰিব। সবিশেষ জানিবলৈ 6003882322 এই নম্বৰত WhatsApp মেচেজ বা ফোন কৰিব পাৰে। #Baksa #nalbari #barpeta #Chirang #Bongaigaon #Kokrajhar #dhubri #southshalmara #goalpara #Mankachar #broilers #broilerfeed #broilerchickens #broilerfarming #broilerfarm #broilerproduction #pigfeed #pigfeeding #pigfarming #pigfarmer #layerfeed #layerfarming #layerfarm #SinkingFishFeed #fishfeeding #fish #pigfarmvideo #pigfarms
facebook 印度
12036
热度
136443
展示估值
143
投放天数
2025-04-21
最新发现